Begin typing your search above and press return to search.

হেমন্ত কুমাৰ মহন্তক গোলাঘাট জিলাৰ স্বচ্চ ভাৰত অভিযানৰ এম্বেচাদৰ ব্ৰ্যাণ্ড নিযুক্তি

হেমন্ত কুমাৰ মহন্তক গোলাঘাট জিলাৰ স্বচ্চ ভাৰত অভিযানৰ এম্বেচাদৰ ব্ৰ্যাণ্ড নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Dec 2018 6:49 AM GMT

সাংবাদিক,সমাজকৰ্মী হেমন্ত কুমাৰ মহন্তক গোলাঘাট জিলাৰ ধনশিৰী উপ বিভাগৰ অধীনৰ বৰপথাৰৰ স্বচ্চ ভাৰত অভিযানৰ ব্ৰ্যাণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি লাভ কৰিছে ৷ হেমন্ত কুমাৰ মহন্তক স্বচ্চ ভাৰত অভিযানৰ ব্ৰ্যাণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিয়ে ড° শশী কান্ত শইকীয়াই। হেমন্ত কুমাৰ মহন্ত হৈছে ভাৰতৰ স্বাধীনতা সংগ্ৰামী নেতা ঘন কান্ত মহন্তৰ পুত্ৰ ৷

প্ৰসিদ্ধ ৰক্তদান টীম "মানৱতা"ৰ প্ৰস্তাৱক আছিল ৷ ইয়াৰ পিছতেই অসম প্ৰেছ কৰপ’ৰেছন ইউনিয়ন ধনশিৰীৰ উপ সভাপতি প্ৰতাপ গগৈ, সহ সভাপতি মাণিক কুমাৰ দেৱ, সাধাৰণ সম্পাদক তুলসী চুতীয়াৰ লগতে বিভিন্ন দল সংগঠনে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে হেমন্ত কুমাৰ মহন্তক সম্বৰ্ধনা জনায় ৷

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি