কাজলৰ নতুনকৈ আহিবলগীয়া ছবি "হেলিকপ্টাৰ ঈলা"ৰ নতুন পোষ্টাৰ মুকলি হৈছে য'ত কাজলক অতি সুন্দৰ দেখা হৈছে।কাজলে ছবি খনত ঈলা চৰিত্ৰটিত অভিনয় কৰিব।ছবি খন মুক্তি পাব ৭চেপ্তেম্বৰত।কাজলে টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে ছবি খনৰ নতুন পোষ্টাৰ।
Begin typing your search above and press return to search.