'হেৰী পটাৰ' ছবিত যুৱৰাজ সিংৰ পত্নী হেজেল কিচ্চ

'হেৰী পটাৰ' ছবিত যুৱৰাজ সিংৰ পত্নী হেজেল কিচ্চ
Published on

ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিংৰ পত্নী তথা চলমান আৰু কৰিণাৰ অভিনীত ছবি 'বডিগাৰ্ড' ছবিত কৰিণাৰ বেষ্ট ফ্ৰেণ্ড অৰ্থাৎ বান্ধৱীৰ চৰিত্ৰটি অভিনয় কৰা হেজেল কিচ্চে অভিনয় কৰিছিল সকলোৰে পৰিচিত জনপ্ৰিয় হলীউদৰ ছবি 'হেৰী পটাৰ'ত ।দেনিয়েল ৰেডক্লিফ,ইমা ৱাটচন আৰু ৰূপাৰ্ট গ্ৰিণ্টৰ সৈতে অভিনয় কৰিছিল হেজেলে ।

Hazel Keech in Harry Potter

হেৰীৰ পিছৰ ফালে থিয় দি থকা বগা ৰঙৰ চাৰ্ট আৰু টায় পিন্ধা জনীয়ে হ'ল হেজেল

বডিগাৰ্ডত ছবি চলমান আৰু কৰিণাৰ সৈতে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com