হৰ্ষবৰ্ধন ৰানেৰ প্ৰেয়সী কিম শৰ্মাৰ সৈতে ৰোমাণ্টিক স্কুটী ৰাইড,ফটো

হৰ্ষবৰ্ধন ৰানেৰ প্ৰেয়সী কিম শৰ্মাৰ সৈতে ৰোমাণ্টিক স্কুটী ৰাইড,ফটো
Published on

এতিয়ালৈ 'চনম তেৰী কচম' ছবি খনৰ অভিনেতা হৰ্ষবৰ্ধন ৰানে আৰু কিম শৰ্মাৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ কথা বৰ্তমানলৈ কোনো ধৰনৰ গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়োৱা হোৱা নাই যদিও চ'চিয়েল মিডিয়াত প্ৰচাত হৈ থকা ফটোই তেওঁলোকৰ মাজৰ সম্পৰ্কৰ ওপৰত বহুতে বহু প্ৰশ্ন শুধিবলৈ বাধ্য হয় । সেই কথাৰ ব্যতিক্ৰম ন'হল যোৱা ৰাতিও । হয়,যোৱা ৰাতি দুয়ো গৰাকীকে দেখা পোৱা গ'ম মুম্বাইৰ এখন জনপ্ৰিয় ৰেষ্টোৰেণ্টত । ৰেষ্টোৰেণ্টৰ পৰা ওলাই আহি দুয়ো এখন স্কুটীত উঠি ৰাইডৰ বাবে ওলাই যোৱা কথাই তেওঁলোকৰ মাজত এটি সুন্দৰ সম্পৰ্ক আছে বুলি বুজিব পাৰি যদিও এইকথা মানি ল'বলৈ অস্বীকাৰ কৰে তেওঁলোকে । তলত যোৱাৰাতি স্কুটীত উঠি যোৱা ফটো কেইখন মান প্ৰকাশ কৰা হ'ল…………

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com