য়ুভিকা চৌধুৰী আৰু প্ৰিঞ্ছ নৰুলাৰ বিবাহ পূৰ্বে কৰা ফটোশ্বুট

য়ুভিকা চৌধুৰী আৰু প্ৰিঞ্ছ নৰুলাৰ বিবাহ পূৰ্বে কৰা ফটোশ্বুট
Published on

প্ৰি-ৱেডিংৰ যি নতুন ট্ৰেণ্ড এটাই বৰ্তমান আমাৰ সমাজত নতুনকৈ গঢ় লৈ উঠিছে ,সেই ট্ৰেণ্ডৰ সাক্ষী হ'ল টেলিভিছনৰ তথা সৰু পৰ্দাৰ অতিকৈ জনপ্ৰিয় ৰিয়েলিটী অনুষ্ঠান সমূহৰ অভিনেতা প্ৰিঞ্ছ নৰুলাইয়ো কৰিলে নিজৰ হ'বলগীয়া পত্নীৰ সৈতে কৰিলে 'প্ৰি-ৱেডিং' ফটোশ্বুট । হয়,আপোনালোকে ঠিকেই শুনিছে এম টিভিত সম্প্ৰসাৰিত হোৱা ৰোদিচ,স্প্লীটচভিলা আৰু বিগ বছৰ খিতাপ পাবলৈ সক্ষম হোৱা প্ৰিঞ্ছ নৰুলাই দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত থকা য়ুভিকা চৌধুৰীৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'ব,আৰু বিবাহৰ পূৰ্বে কৰোৱা কিছু সুন্দৰ ফটোশ্বুটৰ কেইখন মান ফটো আপোনা লোকলৈ আগবঢ়ালো,,,,,

https://www.instagram.com/p/BofzNhClerV/?hl=en&taken-by=yuvikachaudhary

https://www.instagram.com/p/Bog_pzVn2Zm/?hl=en&taken-by=princenarula

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com