Begin typing your search above and press return to search.
১০০কাৰ্টনকৈ অধিক ফটকা জব্দ গড়চুক আৰক্ষীৰ

গড়চুক আৰক্ষীয়ে ১০০ কাৰ্টনতকৈও অধিক ফটকা জব্দ কৰে।যোৱা সোমবাৰে নিশা বৰাগাৱঁৰ সমীপত ৰাজু পাৰ্কিংৰ পৰা জব্দ কৰে ফটকা খিনি।আৰক্ষীৰ তথ্যানুসৰি ফটকা কাৰ্টন সমূহ তামিলনাডুৰ শিৱকাচিঁৰ পৰা সৰবৰাহ কৰি টি এন ৪১কিউ-০৬৬৮নম্বৰত পঞ্জীয়ণ ট্ৰাকৰে গুৱাহাটীলৈ লৈ অনা হৈছিল।জুইশলা কাঠিৰে ট্ৰাকৰ সামগ্ৰী সমূহ ঢ়াকি অনা হৈছিল।
আৰক্ষীৰ তথ্যানুসৰি জনোৱা মতে, প্ৰায় ১২টা দল এই ঘটনাৰ লগত জড়িত থকা বুলি অভিযোগ উত্থাপিত হয়।১০টা দল গুৱাহাটীৰ আৰু তাৰে এটা দল লখিমপুৰ হাৰমতীৰ আৰু বাকী গোলাঘাটৰ বুলি জানিব পৰা গৈছে।পৰৱৰ্ত্তী অভিযান এতিয়াও অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
Next Story