ৰাজ্যিক বাতৰি
১৪জুলাইৰ পৰা আৰম্ভ জগন্নাথ ৰথযাত্ৰা উৎসৱ
ইষ্কনে আয়োজন কৰা গুৱাহাটীত চলিত বৰ্ষৰ ১৪জুলাইৰ পৰা ২২জুলাইৰ পৰা আৰম্ভ হব জগন্নাথ ৰথযাত্ৰা উৎসৱ।এই উৎসৱ তথা অনুষ্ঠানৰ মুলতে হৈছে সমাজত শান্তি প্ৰতিষ্ঠা কৰা।জুলাইৰ ১৪তাৰিখৰ পৰা আৰম্ভ হবলগীয়া এই ৰথযাত্ৰাৰ শোভাযাত্ৰা উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হৈ জয়া নগৰৰ জগন্নাথ মন্দিৰত শেষ হব।ক্ৰমানুসাৰে জুলাইৰ ২২তাৰিখেৱ ৰথযাত্ৰা পুনৰ জয়া নগৰৰ পৰা আৰম্ভ হৈ জু-ৰোড তিনিআলিৰ বৃন্দাবন গাৰ্ডেনত শেষ হব।