Begin typing your search above and press return to search.
১৮কাৰ্টন ফেনচিডাইল জব্দ,দুজনক আটক

ক্ষেত্ৰী আৰক্ষীয়ে চিনাক্ত কৰি দুজন ব্যক্তি ক্ৰমে ছৈয়েদ বাহাৰুল আলাম আৰু মহম্মদ বাহিৰুল ইছলামক আটক কৰে।অভিযোগকাৰী দুজনে যোৱা সোমবাৰে ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ২২মাইলৰ পৰা অবৈধ ফেনচিডাইল সৰবৰাহ কৰে।আৰক্ষীৰ তথ্যানুসৰি এছ ০১এল-০৪৮৬ নম্বৰৰ পঞ্জীয়ণ কৰা টাটা মেজিক চুমুত ১৮টা কাৰ্টনত ২০২০টা ফেনচিডাইল বটল জব্দ কৰে।নগাঁও জিলাৰ মধুপুৰৰ অভিযোগকাৰী দুজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ মতে ১৫৭/১৮ নম্বৰৰ ২১/এনডিপিএছ আইনৰ অধীনত ঘটনাটি পঞ্জীয়ণ কৰা হয়।
Next Story