Begin typing your search above and press return to search.

১ চেপ্তেম্বৰৰ পৰা ৰাজ্যত অব্যাহত থাকিব বিদ্যুত সেৱা

১ চেপ্তেম্বৰৰ পৰা ৰাজ্যত অব্যাহত থাকিব বিদ্যুত সেৱা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Aug 2018 7:43 AM GMT

যোৱা বুধবাৰে স্বাধীনতা দিৱসৰ দিনা বুৰঞ্জী প্ৰসিদ্ধ কাছাৰী মৈদানত ভাষন প্ৰদান কৰি কয় যে ১ চেপ্তেম্বৰৰ পৰা ৰাজ্যত বিদ্যুত সেৱা যিটো প্ৰকৃতি সেয়া সলনি হ'ব বুলি মত ব্যক্ত কৰে ৰাজ্যিক বিদ্যুত মন্ত্ৰী তপন গগৈয়ে ।১ চেপ্তেম্বৰৰ পৰা ৰাইজে লাভ কৰিব পাৰিব বিজুলী সেৱা লগতে বুিজুলী সেৱাৰ পৰা বিৰত থকা ৫০লাখ লোক বিপিএল পৰিয়ালে অতি সোনকালে লাভ কৰিব সৌভাগ্য গ্ৰাম্য বিজুলীসেৱা আচঁনি।আনহাতে,২০লাখ লোক চৰকাৰৰ গ্ৰাম স্বৰাজ অভিযান আৰু উজ্জ্বলা পৰিকল্পনা এই আচঁনিৰ দ্বাৰা ইতিমধ্যে উপকৃত হৈছে।ইয়াৰ লগতে বিদ্যুত মন্ত্ৰী গৰাকীয়ে অসমৰ মুক্তিযুজাৰু সকল,যোৰহাটৰ কুলধৰ চলিহা,বিদ্যাধৰ শৰ্মা,হৰি নাৰায়ন বৰুৱা,কৃষ্ণা শৰ্মা,দিৱেশ্বৰ বৰুৱা,মুক্তিনাথ শৰ্মা,বাহাদুৰ গাঁওবুঢ়া,কুশল কোৱঁৰ,সৰ্বেশ্বৰ বৰদলৈ আৰু কমলা মিৰি আদি বিখ্যাত ভাৰতীয় স্বাধীনতা সংগ্ৰামী সকলৰ নাম স্মৰন কৰে।

৭২সংখ্যক স্বাধীনতা দিৱসৰ এই শুভ ক্ষণত অশীতিপৰ স্বাধীনতা সংগ্ৰামী দিবেশ্বৰ দলৈ আৰু খৰ্গেশ্বৰ গগৈৰ লগতে তেওঁলোকৰ পৰিয়াল বৰ্গক মুক্তি যুদ্ধা সন্মিলনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে লগতে মেধা কৃতী সম্পন্ন হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীন হোৱা ছাত্ৰ-ছাত্ৰীক আৰু ক্ৰীড়া ব্যক্তিত্ব সলকল সম্বৰ্ধনা জনায়।

Next Story
চাকৰি