গৃহিনী সকলৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালে গ্ৰহন কৰিছে নতুন পদক্ষেপ। মহিলা সকলৰ সুবিধাৰ্থে এই পদক্ষেপ গ্ৰহন মন্ত্ৰীগৰাকীৰ।প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ অধীনত ৰন্ধন গেছ বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দুধনৈত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । ২০ গৰাকী গৃহিনীক ৰন্ধন গেছ বিতৰণ কৰি এই অনুষ্ঠানৰ শুভৰাম্ভ কৰিব আৰু সমগ্ৰ গোৱালপাৰা জিলাত মুঠ ১২,২৯০ গৰাকী গৃহিনীক প্ৰদান কৰা হ’ব ৰন্ধন গেছ।এই সভাত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে মন্ত্ৰী ফণীভূষণ চৌধুৰীও উপস্থিত থাকে।
Begin typing your search above and press return to search.