২০ জন অৱসৰপ্ৰাপ্ত সাংবাদিকক পেঞ্চন ঘোষণা

২০ জন অৱসৰপ্ৰাপ্ত সাংবাদিকক পেঞ্চন ঘোষণা
Published on: 

৭২ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে ৰাজ্যৰ ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকক পেঞ্চন ঘোষণা কৰিছে।সাংবাদিক পেঞ্চন আঁচনিৰ আধাৰত সাংবাদিক সকলে মাহিলী ৮০০০ টকাকৈ লাভ কৰিব।সাংবাদিসকল হল ৰীণা চৌধুৰী (গুৱাহাটী),ৰূপহ চলিহা (তিনিচুকীয়া),নগেন বড়া (কাৰ্বি আংলং),অমিতাভ বৰুৱা (বিশ্বনাথ),বিনয় ভূষণ চৌধুৰী (কোকৰাঝাৰ),হাৰনুল ৰছিদ (লখিমপুৰ) প্ৰদীপ দত্ত (শিৱসাগৰ),মনোৰম বৰুৱা (যোৰহাট),নাউ দত্ত তালুকদাৰ (নলবাৰী) মৃণালমল্ল পাটোৱাৰী (বৰপেটা),ধনী বৰা (গুৱাহাটী),জ্যোতিৰিন্দ লাল গোস্বামী (কৰিমগঞ্জ),উপেন চন্দ্ৰ ডেকা (মৰিগাঁও),অৰুণ লোচন দাস (গুৱাহাটী),পৰেশ চন্দ্ৰ দত্ত (কাছাৰ),প্ৰফুল্ল কুমাৰ শৰ্মা (ডিব্ৰুগড়),হেমন্ত বৰ্মন (গুৱাহাটী),পাৰ্থপ্ৰতিম বৰুৱা (গুৱাহাটী),বেদব্ৰত লহকৰ (গুৱাহাটী),মুকুল কলিতা (গুৱাহাটী) ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com