Begin typing your search above and press return to search.

২.১কোটি টকাৰ আঙুঠি উপহাৰ দিলে প্ৰিয়ংকা চোপ্ৰাক

২.১কোটি টকাৰ আঙুঠি উপহাৰ দিলে প্ৰিয়ংকা চোপ্ৰাক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Aug 2018 12:04 PM GMT

ৰবীনা টনডোনে প্ৰকাশ কৰা ফটোৰ জৰিয়তে প্ৰিয়ংকাৰ হাতত থকা সুন্দৰ আঙুঠি টো দেখা পোৱা গৈছে।

মোহময়ী অভিনেত্ৰী তথা অসম পৰ্যটকৰ ব্ৰেণ্ড এম্বেচাদৰ প্ৰিয়ংকা চোপ্ৰাক ২.১কোটি টকাৰ আঙুঠি উপহাৰ দিলে প্ৰিয়ংকাৰ লগত সম্পৰ্কত থকা জন নিকচে।

প্ৰিয়ংকাৰ এই সুন্দৰ আঙুঠিৰ মুল্য $৩০০,০০০।ক্লাছিক ষ্টাইল আৰু ডিজাইনৰ এই আঙুঠিয়ে অতি সুন্দৰ দেখাইছে প্ৰিয়ংকাৰ হাত খন।জানিব পৰা মতে নিকে আঙুঠিটো 'টিফানী ষ্টোৰ'ৰ পৰা ক্ৰয় কৰিছে।

Next Story
চাকৰি