Begin typing your search above and press return to search.

৫খনকৈ নতুন দলঙ স্থাপন হ’ব: ঘোষণা মুখ্যমন্ত্ৰীৰ

৫খনকৈ নতুন দলঙ স্থাপন হ’ব: ঘোষণা মুখ্যমন্ত্ৰীৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2018 10:45 AM GMT

দুধনৈত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত ৰন্ধন গেছ সংযোগ বিতৰণী অনুষ্ঠানত অংশ গ্ৰহন কৰে।অনুষ্ঠানত বহু সুপদক্ষেপ গ্ৰহনৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰে কৰে এক সু-খবৰ।কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ কৰিব নতুন দলং।নিৰ্মাণ কৰা হ’ব ৫খনকৈ দলং। ৩খন নতুন দলং নিৰ্মাণ কৰা হ’ব বৰাকত। ইয়াৰ উপৰিও গোৱালপাৰাত কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলিও মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰী সোণোৱালে।

Next Story
চাকৰি