লখিমপুৰ জিলাৰ ৰঙাজানৰ ব্যৱস্থাপনা কমিটীয়ে মহাপুৰুষ মাধৱদেৱৰ জনস্থানত অতি উলহ-মালহৰে দুদিনীয়া কাৰ্যসূচীৰে ২৯আৰু ৩০মে'ত মাধৱদৱৰ জন্মোৎসৱ পালন কৰে।ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্য অতিথি হিচাপে ধৰ্মীয় সভাত অংশ গ্ৰহন কৰে।
Begin typing your search above and press return to search.