Begin typing your search above and press return to search.

৮আগষ্ট আজিৰ তাৰিখটো বলীউদৰ বাবে এক বিশেষ দিন

৮আগষ্ট আজিৰ তাৰিখটো বলীউদৰ বাবে এক বিশেষ দিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Aug 2018 8:57 AM GMT

আজিৰ দিনটোতে অৰ্থাৎ ২০০৩চনৰ ৮ তাৰিখে ৰাকেশ ৰোচনৰ নিৰ্দেশ কৰা বিজ্ঞান কাল্পনিক ছবি "কই মিল গয়া" মুক্তি পাইছিল।ছবি খনৰ মুল চৰিত্ৰত অভিনয় কৰিছিল হৃতিক ৰোচনে আনহাতে প্ৰথম অৱস্থাত ছবি খনৰ মুল চৰিত্ৰত ঐশ্বৰ্য্য ৰায়ে অভিনয় কৰা কথা আছিল যদিও পৰৱৰ্ত্তী সময়ত প্ৰীটি জিণ্টাক ছবি খনত দেখা পোৱা গৈছিল। ছবি খনে মুঠ তিনিবাৰকৈ ৰাষ্ট্ৰীয় বটাঁ পাবলৈ সক্ষম হোৱাৰ লগতে পাচঁবাৰকৈ শ্ৰেষ্ঠ ছবি,শ্ৰেষ্ঠ নিৰ্দেশক,শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়।

বিজ্ঞান কাল্পনিক ছবি আছিল যদিও ছবি খনত ৰোমাণ্টিক,হাস্যত্মাক,একচন আদি সকলো খিনিৰ সমাহাৰ পোৱা গৈছিল।ছবিখনৰ গানৰ সুৰ,শ্বুট্যিং স্থলী আদি সকলোবোৰ অতি সুন্দৰ ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছিল।

Next Story
চাকৰি