Top
Begin typing your search above and press return to search.

ৰঞ্জন গগৈ হ’ব ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

ৰঞ্জন গগৈ হ’ব ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Sep 2018 1:13 PM GMT

৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত লোৱাৰ সম্ভাৱনা ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ।দীপক মিশ্ৰৰ স্থলাভিষিক্ত হ’ব ৰঞ্জন গগৈ। । এক বিশেষ সুত্ৰৰ জৰিয়তে জানিব পৰা গৈছে এই কথা। মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে মনোনীত কৰিছে অসম সন্তান ৰঞ্জন গগৈৰ নাম। জানিব পৰা মতে ২ অক্টোবৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই।

Next Story