Begin typing your search above and press return to search.

ৰনবীৰৰ কাৰনে আলিয়াৰ বিশেষ কেক

ৰনবীৰৰ কাৰনে আলিয়াৰ বিশেষ কেক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 Sep 2018 10:17 AM GMT

৩৬বছৰীয়া অভিনেতা ৰনবীৰ কাপুৰৰ বাবে কেক বনালে আলিয়াই । এটি সুন্দৰ সম্পৰ্কত আগবাঢ়ি যোৱা বলীউদ জগত খনত বৰ্তমান আলিয়া আৰু ৰনবীৰৰ কথা সকলোতকৈ জনপ্ৰিয় তথা চৰ্চিত । অভিনেতা জনৰ বিশেষ দিনটোৰ বাবে আলিয়াই তৈয়াৰ কৰিলে পাইনাপলৰ কেক ।ইনষ্টগ্ৰামৰ ষ্টৰীত প্ৰকাশ কৰা ফটোত দেখিবলৈ পোৱা অনুসৰি আলিয়াই অতি উৎসাহেৰে ৰনবীৰৰ বাবে কেক তৈয়াৰ কৰিছে আলিয়াই । ইয়াৰোপৰি জন্মদিন উপলক্ষে আলিয়াই ইনষ্টাগ্ৰামত প্ৰকাশ কৰিছিল ৰনবীৰৰ বাবে জন্মদিনৰ শুভেচ্ছা 'হেপ্পী বাৰ্থ ডে' চানচাইন' বুলি । আলিয়াই কিদৰে কেক প্ৰস্তুত কৰিছে তাৰে কেইখন মান সুন্দৰ ফটো প্ৰকাশ কৰা হ'ল…………

Alia Bhatt

Next Story
চাকৰি