ৰনবীৰৰ জন্মদিন উপলক্ষে মাতৃ নিতু কাপুৰৰ ইনষ্টা পোষ্ট

বলীউদ জগতৰ বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীৰ অভিনয়ত ৰোমাঞ্চ কেৱল অন-স্ক্ৰীতে নহয় কেতিয়াবা বাস্তৱ তথা অফ-স্ক্ৰীনটো দেখিবলৈ পোৱা যায়,সেয়া লাগিলে দিপীকা-ৰনবীৰ সিঙে হওক । বৰ্তমান অতিকৈ চৰ্চাত থকা ৰনবীৰ কাপুৰ আৰু আলিয়া ভট্টৰ কথা সকলোৰে মুখে মুখে ।হয়, বৰ্তমান ৰনবীৰ আৰু আলিয়া আছে এক সুন্দৰ সম্পৰ্কত আৰু এই সম্পৰ্ক পিছৰ পৰ্যায়লৈ আগুৱাবলৈ গৈ আছে । অৰ্থাৎ ৰনবীৰ আৰু আলিয়াৰ বিয়া কথা চলিছে বলীউদ জগত খনত ।
ৰনবীৰৰ মাক নিতু কাপুৰে ৰনবীৰক জন্মদিনৰ শুভেচ্ছা জনাইছে ইনষ্টাগ্ৰামৰ জৰিয়তে এখন সুন্দৰ ফেমিলি ফটোৰ জৰিয়তে । ফটো খনত আছে ৰনবীৰ কাপুৰ,ৰনবীৰৰ মাক নিতু কাপুৰ,আলিয়া,আলিয়াৰ মাক চনি ৰাজদান।
https://www.instagram.com/p/BoQZx8llH2v/?taken-by=neetu54
ইয়াৰ উপৰিও ৰনবীৰৰ আলিয়াইও ইনষ্টাগ্ৰামৰ জৰিয়তে জন্মদিনৰ শুভেচ্ছা জনালে ।
https://www.instagram.com/p/BoQqmFlDf_G/?hl=en&taken-by=aliaabhatt