Begin typing your search above and press return to search.

ৰনবীৰ কাপুৰে জনালে বিয়াৰ প্লেন

ৰনবীৰ কাপুৰে জনালে বিয়াৰ  প্লেন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Jun 2018 10:57 AM GMT

ৰনবীৰ কাপুৰে বৰ্তমান ব্যস্ত হৈ আছে "সঞ্জু" ছবিৰ প্ৰমোচনৰ কামত। "ফক্স ষ্টাৰ"ৰ টুইটাৰ হেণ্ডেলত সঞ্জু ছবিৰ প্ৰমোচন কৰি থকা সময়ত ফক্স ষ্টাৰে আয়োজন কৰা প্ৰশ্ন উত্তৰৰ খেল এটাত ৰনবীৰক বিয়াৰ কিবা কথা ভাবিছে নেকি বুলি প্ৰশ্ন কৰাত ৰনবীৰে অতি সোনকালে বুলি উত্তৰ দিয়ে।

কেইদিন মান পূৰ্বে আলিয়া ভট্টকো এই বিষয়ক লৈ প্ৰশ্ন সোধোতে আলিয়া ৩০বছৰ বয়সৰ আগতে বিয়া হব বুলি মত প্ৰকাশ কৰে।

Next Story