Begin typing your search above and press return to search.

ৰাজ্যত গঠন কৰা হল নতুন আঞ্চলিক ৰাজনৈতিক মিত্ৰজোত শক্তি

ৰাজ্যত গঠন কৰা হল নতুন আঞ্চলিক  ৰাজনৈতিক মিত্ৰজোত শক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  21 Sep 2018 1:38 PM GMT

ৰাজ্যত গঠন কৰা হল ৰিজনেল ডেমক্ৰেতিক এলায়েঞ্চ চমুকৈ RDA নামৰ এক নতুন আঞ্চলিক ৰাজনৈতিক মিত্ৰজোত শক্তি । অসম সংগ্ৰামী মঞ্চ আৰু লিবাৰেল ডেমক্ৰেতিক অসমে একগোট হৈ গঠন কৰে এই নতুন মিত্ৰ শক্তি । বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত আৰু কংগ্ৰেছ বিজেপিৰ খিলঞ্জীয়া বিৰোধী মনোভাৱৰ প্ৰতিবাদ তথা ৰাজ্যত আঞ্চলিকতাবাদৰ এক সুস্থ ধাৰা সৃষ্টিৰ বাবে গঠন কৰা হয় এই নতুন মিত্ৰ শক্তি । উল্লেখযোগ্য যে আৰ ডি এ ৰ অংশিদাৰ দল সমূহে আগন্তুক নিৰ্বাচনত আশন বুজাবুজিৰে প্ৰতিদ্বন্দিতা কৰিব বুলি জনাই RDAৰ মূখ্য আহ্বায়ক দিগন্ত কোৱৰ আৰু গুন গগৈয়ে ।

Next Story