ৰাজ্যপালে শুভদ্ধোধনী কৰিলে ক্লিন নগাঁও গ্ৰীন নগাঁও মিছন

ৰাজ্যপালে শুভদ্ধোধনী কৰিলে ক্লিন নগাঁও গ্ৰীন নগাঁও মিছন
Published on: 

সকলো নাগৰিকৰ বাবে স্বচ্ছতা হৈছে এক ডাঙৰ সেৱা,'এই কথা সদৰী কৰে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে যেতিয়া তেওঁ ক্লিন নগাঁও গ্ৰীন নগাঁও মিছন উদ্ধোধনী কৰে।যোৱা বৃহস্পতিবাৰে নগাঁওৰ খগেন মহন্তৰ প্ৰেক্ষাগৃহত ক্লিন নগাঁও গ্ৰীন নগাঁও মিছন কাৰ্যসূচীৰ যুটীয়া ভাৱে আয়োজন কৰে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও পৌৰনিগম বৰ্ডে।

অনুষ্ঠান খনৰ মুখীয়ে কয় যে,সময় আহি পৰিছে স্বচ্ছতাই মানুহক কিমান খিনি সহায় কৰে,লগতে সমাজ খনৰ স্বচ্ছতাই মানুহৰ স্বাস্থ্য আৰু সুস্থ জীৱন তথা বিভিন্ন বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰে,সেয়ে স্বচ্ছতাৰ ওপৰত গুৰুত্ব দিয়া উচিত।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com