শিৱসাগৰ জিলাৰ তিনিগৰাকীকৈ শিক্ষকক নিৰ্বাচন কৰি ২০১৮বৰ্ষৰ ৰাজ্যিক পৰ্য্যায়ত বঁটা প্ৰদান কৰা হয়।নিৰ্বাচন কৰা শিক্ষক সকল হৈছে নামদাং এলপি স্কুলৰ শিক্ষক মনজিত ফুকন(আমগুৰি বল্ক শিক্ষা অঞ্চল),দেওধাই(নামটি চাৰিআলি) শিৱসাগৰ বল্কৰ এমই স্কুলৰ শিক্ষক আৰু শিৱসাগৰ টাউন হায়াৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক মীৰা গগৈ,শিৱসাগৰ আইএছ কাৰ্য়্যালয় স্বৰ্ণ জ্যোতি বৰবড়া।
Begin typing your search above and press return to search.