Begin typing your search above and press return to search.

ৰাজ্যিক মহিলা কমিচনৰ কৰিমগঞ্জ জিলা কাৰাগাৰ পৰিদৰ্শন

ৰাজ্যিক মহিলা কমিচনৰ কৰিমগঞ্জ জিলা কাৰাগাৰ পৰিদৰ্শন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 Sep 2018 12:41 PM GMT

কৰিমগঞ্জ জিলা কাৰাগাৰ পৰিদৰ্শন কৰি তীব্ৰ অসন্তুষ্ঠি প্ৰকাশ কৰিলে ৰাজ্যিক মহিলা কমিচনে । শুকুৰবাৰে ৰাজ্যিক মহিলা কমিচনৰ চেয়াৰপাৰ্চন ডঃ হেমপ্ৰভা বৰঠাকুৰ কৰিমগঞ্জৰ জিলা কাৰগাৰ পৰিদৰ্শন কৰি কয় যে কাৰাগাৰটোত মানুহ থকাৰ পৰিবেশ নাই । যিখিনি ঠাইত কয়েদীসকলৰ ৰান্ধনীশালৰ পৰিবেশ অতি লেতেৰা। মানুহ থকাৰ যুগ্য নহয় কাৰাগাৰ চৌহদ। এনে অবস্থাৰ বাৱে পূৰ্বৰ চৰকাৰক জগৰিয়া কৰে তেওঁ ।

Next Story
চাকৰি