Begin typing your search above and press return to search.

ৰাজ্যৰ ৰাজকোষৰ ধনৰে সমস্যাসমূহ পূৰণ কৰা হব : হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যৰ ৰাজকোষৰ ধনৰে সমস্যাসমূহ পূৰণ কৰা হব : হিমন্ত বিশ্ব শৰ্মা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 July 2018 8:31 AM GMT

ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে মহাবিদ্যালয়ৰ,বিশ্ববিদ্যালয়,অভিযান্তিক,চিকিৎসা মহবিদ্যালয়ৰ শিক্ষকৰ লগতে কৰ্মচাৰীয়ে ইউজিচি পে' স্কেলত দৰমহা লাভ কৰিব।ৰাজ্যৰ ১১,৬০০ গৰাকী কৰ্মচাৰী ইয়াৰ দ্বাৰা উপকৃত হব। ইয়াৰ বাবে বছৰি প্ৰায় ১৭৬ কোটি টকা খৰচ হব। এইবছৰ ৬০০ কোটি টকা মোকোলাই দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰিছে।মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে অনুমোদন হোৱা প্ৰণাম আইনখন ২ অক্টোবৰৰ পৰা ৰূপায়ন হোৱাৰ কথাও জানিবলৈ দিয়ে মন্ত্ৰীজনে। এই আঁচনিৰ জৰিয়তে চাকৰিয়াল সন্তানৰ ১০ শতাংশ দৰমহা দাবী কৰিব পাৰিব পিতৃ-মাতৃয়ে। যদিহে পৰিয়ালত দিব্যাংগ সদস্য থাকে তেন্তে দাবী কৰিব পাৰিব ১৫ শতাংশ দৰমহা।

Next Story
চাকৰি