Begin typing your search above and press return to search.

ৰাজ কাপুৰৰ পত্নী কৃষ্ণা ৰাজ কাপুৰৰ দেহৱসান

ৰাজ কাপুৰৰ পত্নী কৃষ্ণা ৰাজ কাপুৰৰ দেহৱসান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Oct 2018 10:17 AM GMT

১৯৪৬ ৰ মে' মাহ মাহত জন্ম গ্ৰহন কৰা ৰাজ কাপুৰৰ পত্নী কৃষ্ণা ৰাজ কাপুৰৰ আজি পুৱা ৫ বজাত মৃত্যু হয় ।৮৭ বছৰ বয়সত মৃত্যু হয় কৃষ্ণা ৰাজৰ হৃদয় জনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ।

মৃত্যুৰ সময়ত কৃষ্ণা ৰাজ কাপুৰে তেওঁ পৰিয়ালৰ ৰনধীৰ কাপুৰ,ৰিষি কাপুৰ,ৰাজীৱ কাপুৰ কন্যা ৰিতু কাপুৰ নন্দা আৰু ৰীমা জৈনক এৰি থৈ যায় । ১৯৮৮চনত ৰাজ কাপুুৰৰ মৃত্যুৰ পিছত কৃষ্ণা ৰাজ কাপুৰে পৰিয়ালটিৰ আগত সাহস হৈ থিয় দিছিল । তেওঁৰ মৃত্যুত সমগ্ৰ বলীউদতে এক শোকৰ ছাঁ বিৰাজ কৰে ।

তেওঁৰ মৃত্যুত বলীউদৰ কেইবাগৰাকী তাৰকাই যেনে; অনুপম খেৰ,ৰবিনা,মাধুৰ ভণ্ডাৰকাৰ,চৌহা আলী খান, আমিৰ খান আদিয়ে টুইটাৰ যোগে শেষ শ্ৰদ্ধাঞ্জলি তথা দুখ প্ৰকাশ কৰিছে ।

https://twitter.com/imbhandarkar/status/1046611566228099072?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1046611566228099072&ref_url=https://www.bollywoodlife.com/news-gossip/krishna-raj-kapoor-passes-away-raveena-tandon-soha-ali-khan-anupam-kher-offer-condolences/

https://twitter.com/sakpataudi/status/1046608978590027776?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1046608978590027776&ref_url=https://www.bollywoodlife.com/news-gossip/krishna-raj-kapoor-passes-away-raveena-tandon-soha-ali-khan-anupam-kher-offer-condolences/

https://twitter.com/TandonRaveena/status/1046587433784156162?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1046587433784156162&ref_url=https://www.bollywoodlife.com/news-gossip/krishna-raj-kapoor-passes-away-raveena-tandon-soha-ali-khan-anupam-kher-offer-condolences/

https://twitter.com/AnupamPKher/status/1046600343923109889?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1046600343923109889&ref_url=https://www.bollywoodlife.com/news-gossip/krishna-raj-kapoor-passes-away-raveena-tandon-soha-ali-khan-anupam-kher-offer-condolences/

https://twitter.com/aamir_khan/status/1046625976346652672?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1046625976346652672&ref_url=https://www.bollywoodlife.com/news-gossip/krishna-raj-kapoor-passes-away-raveena-tandon-soha-ali-khan-anupam-kher-offer-condolences/

Next Story
চাকৰি