ৰাজ্যিক বাতৰি
ৰাষ্ট্ৰীয় কৰ্মশালা
উচ্চ শিক্ষাত পৰিভাষিক ব্যৱহাৰৰ ওপৰত নন্দলাল বৰগোঁহাই চিটি ক'লেজত জুনৰ ৫ আৰু ৬ তাতিখে এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰা হয়।এই কৰ্মশালা ক'লেজ খনৰ শিক্ষা আৰু সমাজতত্ব বিভাগে আয়োজন কৰে।