Begin typing your search above and press return to search.

ৰিজিজুৰ মন্তব্য অসমীয়াৰ বাবে অতি বিপদজনক : সদৌ অসম ছাত্ৰ সন্থা

ৰিজিজুৰ মন্তব্য অসমীয়াৰ বাবে অতি বিপদজনক : সদৌ অসম ছাত্ৰ সন্থা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 July 2018 6:29 AM GMT

ৰাজ্যসভাৰ মজিয়াত ২৫ জুলাইত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী কিৰেন ৰিজিজুয়ে কৰাৰ মন্তব্যক সদৌ অসম ছাত্ৰ সন্থাই বিৰুধীতা কৰি কয় যে তেওঁৰ মন্তব্য অসমীয়া লোকসকলৰ বাবে অতি বিপদজনক।ৰিজিজুৱে কৈছিল যে ২০১৪ চন লৈকে ভাৰতলৈ অহা হিন্দু বাংলাদেশী অবৈধ ঘোষনা কৰিব নালাগে।সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে কয় যে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা কোনো বাংলাদেশী নাগৰিকৰ বোজা অসমো কোনোপধ্যেই নলয়,সি লাগিলে হিন্দুয়েই হওক বা মুছলমান।বাংলাদেশৰ অবৈধ প্ৰৱজনকাৰীয়ে ইতিমধ্যে অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে।

Next Story
চাকৰি