কোকৰাঝাৰৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জাওলাও দৈমালু ছাত্ৰাবাসৰ পৰা ১৬জনকৈ জ্যোষ্ঠ ছাত্ৰক ৰেগিংৰ কৰাৰ বাবে এটা চেমিষ্টাৰৰ পৰা বহিস্কাৰ কৰে।কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি ভিন্ন তথ্যৰ দ্ধাৰা আৰু ঘটনাটিৰ সন্দৰ্ভত পৰীক্ষা-নিৰীক্ষা কৰি ৰেগিং বিৰোধী কমিটীৰ সদস্য সকলে আৰু এণ্টি ৰেগিং স্কুৱাডে আগষ্টৰ ১ তাৰিখে সংঘটিত হোৱা ঘটনাৰ লগত জড়িত থকা কোকৰাঝাৰ জিলাৰ কেন্দ্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ জাওলাও দৈমালু ছাত্ৰাবাসৰ ছাত্ৰ সকলক ধৰা পেলাব।এই ছাত্ৰ সকলক এটা ছেমিষ্টাৰৰ পৰা বহিস্কাৰ কৰিছে লগতে অতি সোনকালে হোষ্টেল খালী কৰিবলৈ দিয়ে আৰু ক্ৰমে সকলো ছাত্ৰ-ছাত্ৰীয়ে হোষ্টেল খালী কৰে।কোনো ধৰনৰ ৰেগিং বিৰোধী কাণ্ড সহ্য কৰা ন'হব বুলি মত প্ৰকাশ কৰে বিটিচিৰ প্ৰধান উপমুখ্য কম্পা বৰগয়াৰীয়ে।
Begin typing your search above and press return to search.