বিকাশ দাস আলিয়াছ বুবু(৪৯) আৰু বিপিন পাণ্ডে(৪৫),উজনি অসমৰ ৰেলত সংঘটিত কৰা ধাৰাবাহিক হত্যাকাণ্ডৰ লগত জড়িত মুল অভিযোগকাৰীক যোৱা মঙলবাৰে প্ৰথমে নাজিৰা মহকুমাৰ আদালতলৈ আৰু পিছলৈ চাৰিদিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।কিদৰে শিমলুগুৰি আৰু মৰিয়নি জংছনৰ ৰেলেৰ ভিতৰত হত্যাকাণ্ড সংঘটিত কৰিছিল এছ আই টি বিভাগে অভিযোগকাৰীৰ বিৰুদ্ধে বহুখিনি প্ৰমাণন তথা এছ আই টিয়ে নিজে তৈয়াৰ কৰা ভিডিঅ' ৰেকৰ্ডিংৰো প্ৰমান দিয়ে।মহকুমাৰ ন্যায়ধীশে আটাইবোৰ প্ৰমানৰ লগতে এছ আই টিয়ে নিৰ্মান কৰা ভিডিঅ'ৰ ওপৰত সংগতি ৰাখি বেইল নাকচ কৰে।লগতে দুয়োজন অভিযোগকাৰীক তিনিমাহৰ বাবে শিৱসাগৰ জিলাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে।
Begin typing your search above and press return to search.