Begin typing your search above and press return to search.

ৰেলৱে লাইনত দুটাকৈ মৃতদেহ উদ্ধাৰ

ৰেলৱে লাইনত দুটাকৈ মৃতদেহ উদ্ধাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2018 10:23 AM GMT

যোৱা আগষ্ট ১০তাৰিখে সোণাৰি-নাহৰকটীয়া ৰেলৱে লাইনত গুৰুতৰ ভাৱে নিহত দুটাকৈ মৃতদেহ উদ্ধাৰ হয়।তথ্যানুসৰি,স্থানীয় লোকে খবৰ দিয়াত আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰে।মৃতদেহ দুটা দুজন পুৰুষৰ বুলি চিনাক্ত কৰাৰ লগতে আৱাধ-অসম এক্সপ্ৰেছৰ যাত্ৰী বুলি জানিব পৰা গৈছে।তথ্যানুসৰি সন্দেহ কৰা হৈছে যে কোনো দুষ্কৃতি লোকে যাত্ৰী দুজনৰ মুল্যবান সামগ্ৰী লোট কৰি নিয়ে আৰু ব্যক্তি দুজন ক্ৰমে বিতুল বসুমতাৰী আৰু খনি গগৈ বুলি চিনাক্ত কৰা হৈছে।

Next Story
চাকৰি