ৰেম' ডিচুজাৰ নিৰ্দেশক চলমান খানৰ নতুনকৈ মুক্তি পোৱা ৰেস-৩ খনৰ ব্যৱসায়ৰ বিষয়ে সকলোৱে কথা পাতিছে।ছবি খনৰ "Our business is our" নামৰ সংলাপটি সকলোৰে মুখে মুখে জনপ্ৰিয় হৈ পৰিছে।শেহতীয়া তথ্য অনুসৰি ছবি খনে তিনিদিনত ১০০কোটি ক্ৰয় কৰিবলৈ সক্ষম হৈছে।মুক্তি পোৱাৰ প্ৰথম দিনাই ছবি খনে ক্ৰয় কৰে ২৯.১৭কোটি,যিটো ২০১৮ৰ বৰ্ষৰ আটাইতকৈ বেছি ক্ৰয় কৰা ছবি হিচাপে পৰিগণিত হৈছে।এতিয়ালৈ ছবি খনে মুঠ ১০৬.৪৭কোটি ক্ৰয় কৰিবলৈ সক্ষম হয়।
Begin typing your search above and press return to search.