Begin typing your search above and press return to search.

ৰৱাণ্ডাৰ গাঁওবাসীক ২০০ গৰু উপহাৰ প্ৰধানমন্ত্ৰী

ৰৱাণ্ডাৰ গাঁওবাসীক ২০০ গৰু  উপহাৰ প্ৰধানমন্ত্ৰী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 July 2018 11:21 AM GMT

আফ্ৰিকা মহাদেশৰ অতি দৰিদ্ৰ দেশ ৰাৱাণ্ডাৰ গাঁওবাসীক স্বাৱলম্বী হবৰ বাবে ২০০ গৰু প্ৰদান কৰিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।কাৱাণ্ডাৰ ৰাষ্ট্ৰপতি পল কাগামৰ গিৰিংকা আঁচনিৰ অনুযায়ী দৰিদ্ৰ নিৰ্মূল আৰু শিশুসকলক পুষ্টিকৰ খাদ্য প্ৰদানৰ আঁচনিৰ সমভাগীহৈ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দুখীয়া গাঁওবাসীক ২০০ গৰু প্ৰদান কৰে।গিৰিংকা আঁচনিৰ অনুযায়ী ৰৱাণ্ডাৰ ৰাষ্ট্ৰপতিয়ে দৰিদ্ৰ লোকসকলৰ মাজত পুষ্টিকৰ খাদ্যৰ লগতে স্বাৱলম্বী হবৰ বাবে গৰু প্ৰদান কৰি আহিছে।মোডীৰ দুদিনীয়া ভ্ৰমনত আদৰ্শ গাঁওত অনুস্থিত সভাত তেওঁ ২০০ গৰু উপহাৰ হিচাপে প্ৰদান কৰে।

Next Story
চাকৰি