ভাৰতীয় বায়ু সেনাৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান ভাৰতৰ ভূমিত

ভাৰতীয় বায়ু সেনাৰ ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান ভাৰতৰ ভূমিত

ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান ভাৰতৰ ভূমিত । ৱাঘা-আট্টাৰি সীমান্তত ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান । দুয়োখন দেশৰ শান্তিৰ বাবে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে বৃহস্পতি বাৰে ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামানক ভাৰতক গটাই দিয়া কথা প্ৰকাশ কৰিছিল । ওইং কামাণ্ডাৰ অভিনন্দন বাৰ্থামান দুদিন পাকিস্তানৰ জিম্মাত আছিল| অভিনন্দন বাৰ্থামানক আহি থকা অৱস্থাতে স্বাস্থ্যৰ পৰীক্ষা কৰা হৈছে বুলি জানিব পৰা গৈছে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com