অসম কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি ২০১৯
পদবীৰ নাম- ফিল্ড এচিচষ্টেণ্ট
অৰ্হতা: যি কোনো বিভাগৰ স্নাতক
পদ খালী : ০১
দৰমহা : ১০,০০০/প্ৰতি মাহত
অভিজ্ঞতা : ১/২ বছৰ
চাকৰিৰ স্থান- যোৰহাট
আবেদনৰ শেষ দিন: ০৪/১২/ ২০১৯
ঠিকনা : অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা বিভাগৰ সহকাৰী সঞ্চালকৰ কাৰ্যলয়, যোৰহাট
For More Details: Click Here
Also Read: পাৱাৰ গ্ৰীডত নিযুক্তি