আজি ৬মে : চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি  ৬মে : চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৫২৯ চনৰ আজিৰ দিনটোতে ঘাঘৰা যুদ্ধত বাবৰে বংগাল আৰু বিহাৰৰ শাসকক পৰাজিত কৰে ৷

১৬৭২ চনৰ আজিৰ দিনটোতে ব্ৰেডনবাৰ্গ ে মোনাৰ্ক ফ্ৰেডৰিক বিলেমে নেডাৰলেণ্ডৰ লগত বুজা বুজি চুক্তি কৰে ৷

১৭৩৩ চনত প্ৰথম আন্তঃৰাষ্ট্ৰৱয় বক্সিং কেল মুকলি হয়।

১৭৯৪ চনত হেতীত ফান্সৰ বিৰুদ্ধে বিদ্ৰোহ হয় ।

১৮০৪ চনত ব্ৰিট্টেইনে সুৰীনাম দ্বীপত ক্ৰয় কৰে ৷

১৮৩৫ চনৰ আজিৰ দিনটোতে আমেৰিকা সংবাদপত্ৰ নিউয়ৰ্ক হেৰাল্ডৰ প্ৰকাশন আৰম্ভ হয় ৷

১৮৪০ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনত প্ৰথম ডাক টিকট পেনী ব্লেক জাৰী হয় ৷

১৮৪১ চনৰ আজিৰ দিনটোতে জোচেফ ষ্টালিন ৰুছৰ প্ৰধানমন্ত্ৰী হয় ৷

১৮৫৩ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নাবাৰ্কত হোৱা এক হোৱা ৰেল দুৰ্ঘটনাত প্ৰায় ৪৬ জন লোকৰ মৃত্যু হয় ৷

১৮৮৯ চনৰ আজিৰ দিনটোতে ফান্সৰ ৰাজধানী পেৰিছত বিশ্বপ্ৰসিদ্ধ এফিল টাৱাৰ জনসাধাৰণৰ কাৰণে মুকলি হয়।

১৯১০ চনৰ আজিৰ দিনটোতে বিট্টিশ শাসক এডবাৰ্ড সপ্তমৰ মৃত্যু পিছত তেওঁৰ পুত্ৰ জৰ্জ পঞ্চম সিংহাসনত বহে ৷

১৯৬৭ চনৰ আজিৰ দিনত জাহিৰ হুছেইন ভাৰতৰ প্ৰথম মুছলিম ৰাষ্ট্ৰপতি হয়।

১৯৭৬ চনৰ আজিৰ দিনটোতে ইটালীত হোৱা ভূমিকম্পত ৯৮৯ জন লোকৰ মৃত্যু হয় ৷

২০০৪ চনৰ আজিৰ দিনটোতে চীনে চিকিমক ভাৰতৰ অংগ হিচাপে মানি লয় ৷

২০১০ চনৰ আজিৰ দিনটোতে মুম্বাইত হোৱা ২৬/১১ৰ মূল অভিযুক্ত আজমল আমিৰ কাছাবক মৃত্যু দণ্ড শাস্তি শুনাই ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৫৬ চনৰ আজিৰ দিনটোতে মনোবৈজ্ঞানিক চিগমণ্ড ফ্ৰায়ডৰ জন্ম হয়।

১৮৬১ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিজ্ঞ মতিলাল নেহেৰুৰ জন্ম হয় ৷

১৯৪২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনেতিক নেতা লাল থান হাওলাৰ জন্ম হয় ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে প্ৰাক্তন ব্ৰিট্টিশ প্ৰধানমন্ত্ৰী টনী ব্লেয়াৰৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৫৮৮ চনৰ আজিৰ দিনটোতে মহান সংগীত কাৰ তানসেনৰ মৃত্যু হয়।

২০০৬ চনৰ আজিৰ দিনটোতে টাইটানিক জাহাজৰ ডুবি যোৱাৰ অন্যতম সাক্ষী আমেৰিকাৰ নাগৰিক লিলিয়ন এস্পলন্টৰ মৃত্যু হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com