ইংলেন্ডৰ হাতত বিধস্ত পানামা

ইংলেন্ডৰ হাতত বিধস্ত পানামা

অধিনায়ক হাৰি কেনৰ দুৰ্দান্ত হেট্ৰিকৰ সহায়ত ইংলেন্ডে গ্ৰুপ জি'ৰ এখন খেলত ফুটবলৰ শিশু পানামাক ৬-১ গ'লত বিধস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে।অধিনায়ক কেনে ২২,৪৫ আৰু ৬২ মিনিটত উপৰ্যুপৰি তিনিটা গল দিয়াৰ বিপৰিতে জন ষ্টনছে ৮ আৰু ৪০ মিনিটত দুটা আৰু লিংগাৰ্ডে আনটো গ'ল দিয়ে।দুখন খেলত ৫টা গ'লেৰে অধিনায়ক কেন গোল্ডেন বুট প্ৰবল দাবীদাৰ হৈ উঠিছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com