কংগ্ৰেছৰ দুৰ্গ আমেথিত বিজেপিৰ অগ্ৰগতি

কংগ্ৰেছৰ দুৰ্গ আমেথিত বিজেপিৰ অগ্ৰগতি

কংগ্ৰেছৰ দুৰ্গ আমেথিত বিজেপি অগ্ৰগতি । বৰ্তমানলৈকে আমেথিত বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰানীয়ে অগ্ৰগতি লাভ কৰি আছে। কংগ্ৰেছৰ দুৰ্গ আমেথিত কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক পিছ পেলাই অগ্ৰগতি স্মৃতি ইৰানীৰ । স্মৃতি ইৰানীয়ে ৪৯% ভোট লাভ কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে লাভ কৰিছে ৪৪% । বৰ্তমানলৈকে স্মৃতি ইৰানীয়ে লাভ কৰিছে ১,০৪,৪৯৮ ভোট । ৰাহুল গান্ধীয়ে লাভ কৰিছে ৯৪, ৭৩২ ভোট ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com