ৰাজ্যিক বাতৰি
ড° ভূৱেনেশ্বৰ বৰা কেঞ্চাৰ প্ৰতিষ্ঠানত নাৰ্ছিং বিষয়ৰ পাঠ্যক্ৰম আৰম্ভ
ড° ভূৱেনেশ্বৰ বৰা কেঞ্চাৰ প্ৰতিষ্ঠান(বিবিচিআই)য়ে আৰম্ভ কৰে প্ৰথম বৰ্ষৰ নাৰ্ছিং পাঠ্যক্ৰম।বিবিচিআইৰ সঞ্চালক অল চন্দ্ৰ কাকতিৰ পৰা জানিব পৰা মতে,এই বিষয়ৰ পাঠ্যক্ৰম এছিয়ান ইনষ্টিটিউত নাৰ্ছিং এড্যুকেশ্ব্যনৰ সহযোগত জুলাইৰ ৩১তাৰিখৰ পৰা আৰম্ভ কৰা হৈছে।ইয়াৰ লগতে নাৰ্ছিং কাউঞ্চিল অৱ ইণ্ডিয়াই বিবিচিআইত নাৰ্ছিং পাঠ্যক্ৰম মুকলিৰ বাবে অনুমতি প্ৰদান কৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে।