নিৰ্বাচনৰ ফলাফলত মোদীৰ অগ্ৰগতিৰ ফলত চেনচেক্স বৃহৎ প্ৰভাৱ: ৪০,০০০ লৈ বৃদ্ধি আৰু এন আই এফ টি ৱাই ১২,০০০ অতিক্ৰম

নিৰ্বাচনৰ ফলাফলত মোদীৰ অগ্ৰগতিৰ ফলত চেনচেক্স বৃহৎ প্ৰভাৱ: ৪০,০০০ লৈ বৃদ্ধি আৰু এন আই এফ টি ৱাই ১২,০০০ অতিক্ৰম

দেশৰ ইতিহাসত প্ৰথম বাৰৰ বাবে মুম্বাইৰ S& P BSE SENSEX ত ৪০,০০০ অতিক্ৰম কৰিছে । এই পৰিবৰ্তন লোকসভা নিৰ্বাচনৰ ফলাফলত মোদী চৰকাৰৰ অগ্ৰগতিৰ বাবে হৈছে। উল্লেখ্য যে SENSEX য়ে মাত্ৰ ১ ঘন্টাত ৭৫০ পইন্ট অতিক্ৰম কৰে ।

সমান্তৰালকৈ NIFTY ত ১২,০০০ মাৰ্ক অতিক্ৰম কৰিছে । ২ % বৃদ্ধি হৈছে ।

SENSEX ৰ পুৱাৰ ভাগত ইণ্ডচলেণ্ড বেংক, এচ বি আই, এল এণ্ড টি , পাৱাৰ গ্ৰিড, য়েচ বেংক, কটক বেংক, আই চি আই চি আই, আৰ আই এল, এইচ ডি এফ চি , ভাৰতী এয়াৰটেল আৰু এক্সিজ বেংকৰ ৭ শতাংশ বৃদ্ধি হৈছে । লোকসভা নিৰ্বাচনৰ ফলাফলত এন ডি এয়ে অগ্ৰগতি লাভ কৰি আছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com