বলীউডৰ অভিনেতা বৰুন ধাৱন আৰু আলিয়াৰ যুটিয়ে আমোদ দিব আপোনাকঃকিন্তু ক’ত?

বলীউডৰ অভিনেতা বৰুন ধাৱন আৰু আলিয়াৰ যুটিয়ে আমোদ দিব আপোনাকঃকিন্তু ক’ত?

বলীউডৰ অভিনেতা বৰুন ধাৱনে (Varun Dhawan) শেহতীয়াকৈ টুইটাৰত পোষ্ট কৰিছে সহ অভিনেত্ৰী আলিয়া ভাট্টৰ সৈতে এখন ফ’টো৷টুইটাৰৰ পোষ্টটোত বৰুণ ধাৱনে বহু চৰ্চিত ছবি কলংকত নতুন অভিজ্ঞতা সন্দৰ্ভত মন্তব্য কৰি লিখে যে,# KALANK seeking inspiration from the all time great @aliaa08"৷

https://twitter.com/Varun_dvn/status/1093052163243298817

ইফালে আলিয়া আৰু ৱৰুণে হাতত হাত থৈ এখন দেৱালৰ সন্মুখত ৰৈ থকা দেখিবলৈ পোৱা গৈছে। অন্যহাতে কলংক ছবি খনত বৰুণ ধাৱন আৰু আলিয়া ভাট্টৰ উপৰিও আছে আদিত্য ৰয় কাপুৰ,সোনাক্ষী সিন্হা,মাধুৰী দীক্ষিত আৰু সঞ্জয় দত্ত ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com