বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ব্যবধানত বিজয় সাব্যস্ত

বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ব্যবধানত বিজয় সাব্যস্ত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসী লোকসভা সমষ্টিৰ পৰা বৃহৎ ব্যবধানত বিজয় সাব্যস্ত কৰে । বাৰানসীত নৰেন্দ্ৰ মোদীয়ে লাভ কৰে ৫,৭১,১৫৪ ভোট । সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী চালিনি যাদৱে লাভ কৰে ১, ৬৫,১৬২ টা ভোট , আনহাতে কংগ্ৰেছৰ অজয় ৰায়ে লাভ কৰে ১,১৪,৩১৪ ভোট ।

২০১৪ চনতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায় ৫ লাখ ভোট লাভ কৰিছিল । উল্লেখযোগ্য যে বাৰানসীত কংগ্ৰেছৰ হৈ প্ৰিয়ংকা গান্ধী বাদ্ৰায়ে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছিল ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com