হেপী বাৰ্থ ডে অভিষেক বচ্চন:পিছে কোন কোন বি টাউনৰ চেলীব্ৰেটীয়ে দিলে অভিষেকক শুভেচ্ছা ?

হেপী বাৰ্থ ডে অভিষেক বচ্চন:পিছে কোন কোন বি টাউনৰ চেলীব্ৰেটীয়ে দিলে অভিষেকক শুভেচ্ছা ?

আজি বলীউডৰ অভিনেতা অভিষেক বচ্চনৰ (ASbhishek Bachchan) ৪৩ সংখ্যক জন্মদিন। প্ৰথমতে অভিষেক বচ্চনক জন্ম দিনৰ বহুত শুভেচ্ছা৷বি টাউনৰ বিগ বি অমিতাভ বচ্চন আৰু জয়া বচ্চনৰ পুত্ৰ অভিষেক বচ্চক বলীউডৰ বহু চেলীব্ৰেটীয়ে ছ’চিয়েল মিডিয়া যোগে দিছে অলেখ শুভকামনা ৷চাওঁ আহক বলীউডৰ কোন কোন চেলীব্ৰেটীয়ে দিছে অভিষেকক জন্মদিনৰ শুভেচ্ছাঃ

বলীউডৰ অভিনেত্ৰী তথা অভিষেক বচ্চন পত্নী ঐশ্বয্য ৰায় বচ্চনেও ইনষ্টাগ্ৰামৰ জৰিয়তে দিলে জন্ম দিনৰ শুভেচ্ছা

https://www.instagram.com/p/BteKmL2HhFW/

অভিনেতা জন আব্ৰাহামে ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে অভিষেকক দিলে জন্ম দিনৰ শুভেছা :

https://twitter.com/TheJohnAbraham/status/1092633880580911105

বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী সোনালী ব্ৰেন্দ্ৰেয়েও অভিষেকৰ এক পুৰণি ফ’টো শ্বেয়াৰ কৰি দিলে জন্ম দিনৰ শুভেচ্ছা ৷

https://twitter.com/iamsonalibendre/status/1092662888068657162

অভিষেক বচ্চনৰ ভনীয়েক সুৱেতা বচ্চনেও অভিষেকক দিলে জন্ম দিনৰ কাৰণে মনৰ জোখাৰে শুভেচ্ছা ৷

https://www.instagram.com/p/BteIdY2HUQv/

পৰিচালক,প্ৰযোজক, অভিনেতা কৰণ জোহৰেও দিলে অভিষেকক জন্ম দিনৰ শুভেচ্ছাঃ

https://www.instagram.com/p/Btfu-uEjn8y/

অধিক জানিবৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com