ৰাস পালনৰ বাবে কমিটি গঠন

ৰাস পালনৰ বাবে কমিটি গঠন

কলাইগাঁৱত নৱেম্বৰৰ ২২তাৰিখৰ পৰা ডিচেম্বৰৰ ২ তাৰিখলৈ ১১ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পৰম্পৰাগত ৰাস মহোৎসৱ । ৰাসৰ বাবে গঠন কৰা কমিটি খনৰ সভাপতি মুকুল শইকীয়া,সাধাৰন সম্পাদক গোপিন্দন বসুমতাৰী ।

কমিটি খনৰ সাধাৰন সম্পাদক গোপিন্দন বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰা অনুসৰি,এমপি ৰমেন ডেকাই ৰাস উৎসৱ পালনৰ বাবে সম্প্ৰদায়িক প্ৰেক্ষাগৃহ নিৰ্মানৰ বাবে ২.২৫লাখ টকা আৱণ্টন কৰে । ইয়াৰোপৰি ৰাস কমিটিৰ সু-চিন্তক আৰকে জৈনে স্থায়ী মন্দিৰ নিৰ্মানৰ বাবে ধন আৱণ্টন কৰে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com