Begin typing your search above and press return to search.
আই চি এফ আৰ ই চাকৰি, ২০১৯ মাল্টি টাস্কিং ষ্টাফৰ বাবে

আই চি এফ আৰ ই চাকৰি, ২০১৯ মাল্টি টাস্কিং ষ্টাফৰ বাবে ।
পদৰ নাম : মাল্টি টাস্কিং ষ্টাফ
অৰ্হতা : দশম শ্ৰেণী
পদ খালী : ১২
দৰমহা: ১৮,০০০/৫৬,৯০০ প্ৰতিমাহে
অভিজ্ঞতা: ৩-৫ বছৰ
বয়স: ১৮/২৭ বছৰ
স্হান : যোৰহাট
অন্তিম তাৰিখ: ১৬/১২/২০১৯
পদৰ নাম: টেকনিচিয়ান
অভিজ্ঞতা: দশম, আই টি আই
পদ খালী: ৩
দৰমহা :১৯,৯০০/ ৬৩,২০০ প্ৰতিমাহে
অভিজ্ঞতা : নৱাগত
বয়স : ১৮ বছৰ
স্থান: যোৰহাট
অন্তিম তাৰিখ: ১৬/১২/২০১৯
পদৰ নাম: সহযোগী টেকনিচিয়েল
অৰ্হতা : বি এছ চি
পদৰ সংখ্যা : ৮
দৰমহা : ২৯,২০০/ ৯২,৩০০ প্ৰতিমাহে
অভিজ্ঞতা: নৱাগত
বয়স : ২১
স্থান : যোৰহাট
অন্তিম তাৰিখ : ১৬/১২/২০১৯
ঠিকনা : সঞ্চালক, ৰেইন ফৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউট, পি বি বক্স নং ১২৬,যোৰহাট ৭৮৫০০১ অসম
আৰু অধিক জনাৰ বাবে :Click Here
Next Story