অসম কৃষি বিশ্ববিদ্যালয় ২০১৯ ৰ ক্ষেত্ৰ সহায়ক নিযুক্তি ( স্নাতক)

অসম কৃষি বিশ্ববিদ্যালয় ২০১৯ ৰ ক্ষেত্ৰ সহায়ক নিযুক্তি ( স্নাতক)
৪-১২-২০১৯ তাৰিখে দিনৰ ১০.৩০ বজাত সহযোগী অনুসন্ধান নিৰ্দেশকৰ কাৰ্যালয়ত এ এ ইউত তলত উল্লেখ কৰা পদ সমূহৰ বাবে সাক্ষাৎকাৰ লোৱা হ'ব । ইচ্ছুক প্ৰাৰ্থী সকলে আবেদন কৰিবলৈ প্ৰমান পত্ৰ , ফটো , নিজা স্বাক্ষৰ সম্বলিত মাৰ্কশ্বীট জমা দিব লাগিব।
প্ৰাৰ্থী সকলে সাক্ষাৎকাৰৰ সময়ত তেওঁলোকৰ প্ৰকৃত নথি পত্ৰ সমূহ প্ৰদান কৰিব লাগিব। কিন্তু এই চাকৰিৰ সময় সীমা কেৱল ৩ মাহ বা প্ৰজেক্টো সমপূৰ্ণ হোৱালৈকেহে থাকিব ।
পদৰ নাম: ক্ষেত্ৰ সহায়ক
অৰ্হতা : স্নাতক ( যি কোনো বিষয়ত)
পদৰ সংখ্যা : ১
দৰমহা : ১০,০০০/ প্ৰতি মাহে
অভিজ্ঞতা: ১-২ বছৰ
স্থান : যোৰহাট
তাৰিখ : ৪-১২-২০১৯
ঠিকনা : অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অনুসন্ধানৰ কাৰ্যালয়, যোৰহাট
বাছনি প্ৰক্ৰিয়া : লিখিত/ সাক্ষাৎকাৰ
আবেদনৰ বাবে : ৪-১২-২০১৯ তাৰিখে দিনৰ ১০.৩০ বজাত সহযোগী অনুসন্ধান নিৰ্দেশকৰ কাৰ্যালয়, যোৰহাটত সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব ।
ইচ্ছুক প্ৰাৰ্থীয়ে আবেদন কৰিবলৈ প্ৰকৃত আৰু নিজা চহী সম্বলিত মাৰ্কস্বীট,দশম শ্ৰেণীসহিত অন্যান্য চৰ্টিফিকেট ,জাতিগত প্ৰমানপত্ৰ ,অৰ্হতাৰ প্ৰমানপত্ৰ আনিব লাগিব।
আৰু অধিক জনাৰ বাবে : ক্লিক কৰক