Begin typing your search above and press return to search.
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় নিযুক্তি 2020

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় নিযুক্তি 2020
নগাঁওত লেবৰটৰী বীয়েৰাৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা মহাবিদ্যালয় কৰ্তৃপক্ষই আবেদন বিচাৰিছে।
পদৰ নাম:লেবৰটৰী বীয়েৰাৰ
পদৰ সংখ্যা: ০৩
বয়স: ৪৪ বছৰ ( ৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)
শিক্ষাগত অৰ্হতা: হাই স্কুল শিক্ষান্ত পৰীক্ষা উৰ্ত্তীণ।
দৰমহা: ১২০০০- ৩৭৫০০ গ্ৰেড পে ৩৯০০/- টকা
আবেদনৰ শেষ তাৰিখ: ১৫/০৩/২০২০
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহ . সৈতে ৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে Principal, ADP College, RRB Road, PIN-782002, Nagaon, Assam.ঠিকনাত পঠিয়াব লাগিব।
সৱিশেষ জানিবলৈ: Click here
অন্য খবৰৰ বাবে পঢ়ক: নগাঁওৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত নিযুক্তি ২০২০
Next Story