অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি 2020

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি 2020 । অসম লোকসেৱা আয়োগত সঞ্চালক পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিছাৰিছে।
পদৰ নাম: সঞ্চালক
পদৰ সংখ্যা - ১
দৰমহা - ৩০,০০০ ৰ পৰা ১,১০,০০০ টকা । লগতে গ্ৰেড পে ১৫,১০০ টকা ।
অৰ্হতা- স্নাতকোত্তৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰৰিত , লগতে নেছনেল আৰ্ছিভ অফ ইণ্ডিয়াৰ পৰা এবছৰৰ ডিপ্লমা এছিভ চাইন্সত ।
বয়স - ৪৫ ৰ পৰা ৫৫ বয়সৰ ভিতৰত।
এছ চি,এছ টিৰ বাবে ৫ বছৰ ৰেহাই ।
অ বি চি আৰু এম অ বি চিৰ বাবে তিনি বছৰ ৰেহাই ।
আবেদনৰ মাছুল :
সাধাৰণ শ্ৰেণী - ২৫০ টকা
এছ চি/ এছ টি/ অ বি ছি/ এম অ বি চি - ১৫০ টকা
বি পি এল কাৰ্বি থকা প্ৰাৰ্থী - নাই ।
কেনেদৰে আৱেদন জনাব: ইচ্ছুক প্ৰাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ ৱেবছাইটৰ পৰা আবেদন সংগ্ৰহ কৰিব লাগিব।
অন্তিম তাৰিখ: ১২/০৬/২০২০
অধিক জানিবৰ বাবে : link 1 / link 2
অন্য খবৰৰ বাবে পঢ়ক: এয়াৰলাইন এলাইড চাৰ্ভিচ লিমিটেড নিযুক্তি 2020