Begin typing your search above and press return to search.

অৰুণাচল প্ৰদেশ পুলিচ হাউছিং আৰু ৱেলফেয়াৰ কৰপোৰেচন লিমিটেডত নিযুক্তি ২০২০

অৰুণাচল প্ৰদেশ পুলিচ হাউছিং আৰু ৱেলফেয়াৰ কৰপোৰেচন লিমিটেডত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Feb 2020 12:18 PM GMT

অৰুণাচল প্ৰদেশ পুলিচ হাউছিং আৰু ৱেলফেয়াৰ কৰপোৰেচন লিমিটেডত নিযুক্তি ২০২০

অৰুণাচল প্ৰদেশ পুলিচ হাউছিং আৰু ৱেলফেয়াৰ কৰপোৰেচন লিমিটেডত জুনিয়ৰ ইন্জিনিয়াৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : জুনিয়ৰ ইন্জিনিয়াৰ

পদৰ সংখ্যা:০৬

দৰমহা: ২০,০০০/- টকা প্ৰতি মাহ

বয়স: ১৮ৰ পৰা ৪০ বছৰ

কৰ্ম স্থান: ইটানগৰ

বাচনি প্ৰক্ৰিয়া: লিখিত পৰীক্ষা/ সাক্ষাৎকাৰ

আবেদন শেষ তাৰিখ: ১৫/০২/২০২০

ঠিকনা: Arunachal Police Housing and Welfare Corporation Limited, Police Headquarters, Itanagar, Arunachal Pradesh.

**প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ TA/DA প্ৰদান কৰা নহয়।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : অসম কৃষি বিশ্ববিদ্যালয়ত নিযুক্তি ২০২০

Next Story
চাকৰি