আৰ্যবিদ্যাপীঠ মহাবিদ্যালয় ত সহকাৰী অধ্যাপকৰ পদৰ নিযুক্তি ২০২০

আৰ্যবিদ্যাপীঠ মহাবিদ্যালয় ত সহকাৰী অধ্যাপকৰ পদৰ নিযুক্তি ২০২০

আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ পদৰ নিযুক্তি ২০২০

আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ পদৰ নিযুক্তি বাবে কৰ্তৃপক্ষই যোগ্য প্রার্থী ৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক ( পদাৰ্থবিজ্ঞান, ৰাসায়নবিজ্ঞান, পৰিসংখ্যা, ভূতত্ব, উদ্ভিদ বিজ্ঞান, অসমীয়া, এন্থ্ৰপলজি, ভুগোল)

পদৰ সংখ্যা:১৩

শিক্ষাগত অৰ্হতা: প্রার্থীসংশ্লিষ্ট বিষয়ত ন্যূনতম 55% নম্বৰ থাকতে হবে এছ ছি / এছ টি / পি ডাব্লু ডি প্রার্থীৰ বাবে 5% নম্বৰ ৰেহাই কৰা হব।

বয়স সীমা - প্ৰাৰ্থীৰ বয়স ০১.০১.২০২০ লৈকে ৩৮ বছৰ পযর্ন্ত বা তাতোকৈ অধিক হব নালাগিব।এছ ছি / এছ টি / পি ডাব্লু ডি প্রার্থীসকলৰ বাবে ৫ বছৰৰ ৰেহাই আৰু অ বি চি/এম অ বি চি প্ৰাৰ্থীসকলৰ বাবে ৩ বছৰ ৰ ৰেহাই দিয়া হৈছে।

আবেদনৰ বাবে প্ৰাৰ্থীসকলে প্ৰকাশনৰ (২৩/০২-২০২০) ১৫ দিনৰ ভিতৰত নন ৰিফান্ডেবল ডিমান্ড ড্ৰাফট যোগে ২০০০/- টকা গুৱাহাটি-এ প্রিন্সিপাল, আর্য বিদ্যাপীঠ মহাবিদ্যালয়, গুৱাহাটি -১৬ ঠিকনা ত পঠিয়াব লাগিব।

আবেদনৰ শেষ তাৰিখ: ১০/০৩/২০২০

সৱিশেষ জানিবলৈ: Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com