Begin typing your search above and press return to search.

ক্লাইমেট ফৰ্চ আৰ্কটিক এস্কপেদিচনত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তানে

ক্লাইমেট ফৰ্চ আৰ্কটিক এস্কপেদিচনত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তানে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jun 2019 1:35 PM GMT

ক্লাইমেট ফৰ্চ আৰ্কটিক এস্কপেদিচনত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম সন্তানে|Climate force arctic expedition 2019 ত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসমৰ ঋতুৰাজ ফুকনে। সুমেৰু অঞ্চললৈ অভিযানকাৰী দলৰ অন্তৰ্ভুক্ত ঋতুৰাজ ফুকনৰ ।ৰবাৰ্ট স্বান, বাৰ্নি স্বানৰ দৰে বিশিষ্ট অভিযানকাৰীৰ লগতে বহু কেইগৰাকী আন্তৰাষ্ট্ৰীয় বতৰ বিজ্ঞানীয়ে অংশ লব এই অভিযানত।পৃথিৱীৰ বতৰ পৰিৱৰ্তন আৰু সুমেৰুৰ বৰফ গলাৰ সম্পৰ্কে অধ্যয়ন কৰিব অভিযানকাৰী দলটোৱে।আজি গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰিব ঋতুৰাজ ফুকনে ।

Norway ৰ পৰা ১৫ জুনত অভিযান আৰম্ভ কৰিব দলটোৱে।জুলাই ১০ তাৰিখে অভিযান সামৰি অসম পাবহি ফুকন।Green gaurd নামৰ পৰিৱেশ সংস্থাৰ সৈতে জৰিত ঋতুৰাজ ফুকন।আজি দিচপুৰ প্ৰেচ ক্লাৱত ৰাজ্য চৰকাৰৰ হৈ ফ্লেগ অফ কৰে বন আৰু পৰিবেশ মন্ত্ৰী পৰিমল শুক্লপদ্যই ৷

অন্য খবৰৰ বাবে পঢ়ক :ব্ৰেকিং নিউজ

Next Story
চাকৰি